কাহিনীৰ আঁৰৰ কাহিনী – Assamese Short Film || With english Subtitle || Kaushik Saikia || Vinehood

6
46

কাহিনীৰ আঁৰৰ কাহিনী – Assamese Short Film || With enlgish Subtitle || Kaushik Saikia || Vinehood

°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°
Direction/ Script /Editing – Kaushik Saikia
Casting – Kaushik Saikia
Bikash Ranjan Borah
Cinematographer – Moon Saikia
Violinist – Naba Jyoti Sarmah
°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°

Bohoot axubidha r majere apunalukor majoloi ami ekhon short film loi ahisu.. Axa koru, ru amar biswas ase Apunaluke Short Film k bohoot morom dibo🙏.. Apunalukor moromehe amak amar kosto r mullyo dibo pare…

°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°

*If you want to follow us on Facebook, then please click here-https://www.facebook.com/Vine-Hood-the-page-500374993668921/

* we have a whats app group for this channel, if you want to join, here is the link –
https://chat.whatsapp.com/Cr6ReKVmiWy2lcqCzkRq93

@LOVE YOU ALL@

#shortfilm
#assam
#assamesevideo
#assameseshortfilm
#Lockdown
#coronavirus
#covid19
#bestshortfilm

source

46 COMMENTS

  1. Lockdown kisumanor karone Jannat hoi porise logote kisumanor L lagi ase

    But reality anekua nhoi je sob sakorial comfort ot ase bahutor sakori already goise

    Video Dil ko touch kar gaya (Relatable)

    Aah bahut badhiya kam kiye ho

    Aur kya likhe …

  2. সুন্দৰ উপস্থাপন কৌশিক ভাই । আৰু তোৰ অভিনয় অতি নিখুঁত হৈছে । আমাৰ তথা কথিত ভদ্ৰ সমাজৰ মুখা পিন্ধা দালাল বোৰৰ বাস্তৱিকতা উদঙাই দিছে video টোৱে । শেষত এনে এটি সুন্দৰ video উপহাৰ দিয়াৰ বাবে vine Hood ক ধন্যবাদ জ্ঞাপন কৰিলোঁ 🙏

  3. তোমালোকৰ সকলোতকৈ বেছি ভাল Video আছিল এইটো। আগলৈকো আৰু ভাল ভাল Video বনোৱা আৰু আগুৱাই যোৱা।

  4. এটা কথা সচাঁ চৰকাৰৰ পৰা অনুদান বোৰ ঠিকেই আহে কিন্তু কিছু অভদ্ৰ চৰিত্ৰহীন দালালৰ বাবে দূখীয়া দৰিদ্ৰ সকলৰ মাজত অনুদান আহি নপৰে সিহতে ভাৱি কেতিয়াও নাচায় যে এই টকা মাৰিলে দূখীয়া লোক সকলে কেনেকৈ খাব এই কৰোনাহেন দিনত কি অবস্থা হব । আৰু কিছু জেগাত দেখিছো দূখিয়াত কৈ ধনি সকলে হে অনুদান লাভ কৰিছে এই পৰিস্থিতি কোনে কৰিছে এই মুখা পিন্ধা দালাল বোৰে কৰিছে আৰু এই দালল বোৰ আমাৰ মাজতে সোমাই আছে কিন্তু তাৰ ওপৰত আঙুলি টুৰাৱ আমাৰ ৰাইজে ভয় কৰে কিন্তু এষাৰ কথা আছে / ৰাইজে নখ জোকাৰিলে নই বই আমি সকলো যদি লগ লাগো এই দালাল বোৰক শেষ কৰিব নোৱাৰিম নে? এই ভিডিঅ টোৰ দ্ধাৰা সুন্দৰ কথা কেইটামান বুজাই দিছে যে—– মই এমাহৰ দৰমহা দিছু বোলি কোৱা বোৰক কৈছু যি সৎ পথে অনুদান আগবহায় সি কেতিয়াও আনককৈ নফুৰে যে মই কিবা দিলোআৰু এমাহৰ দৰমহা নাজে দিম বুলি দিয়া নাই চৰকাৰেহে কাতিব আৰু কাতিলেই চাকৰিয়াল বুৰে একো কৰিব নোৱাৰে কাৰন চৰকাৰে দিলহে পাব সিহতে আৰু এতিয়া আৰু কি কব এনে লেবেল মাৰি আছে কিছুমান লেবেল মাষ্টৰে এমাহৰ দিছু এদিনৰ দিছু আল বাল।কৌসিক দাৰ ভিডিঅ লগত এটা সছাঁ কিহিনি জৰিত থাকিবই ভিডিঅ টোৰ content টো বৰ ভাল লাগিল and ji xokole channl tu subscribe kora nai kori dia dhuniyadhuniya shot flim ahi thake and kunubai comannt tu pohile kothabur thikai koisu ne nai and video tu ata like comannt kori share koribo napahoribo tq #জয় আই অসম

  5. Apuni ktha eta janene?
    Apuni Jodi ei video tu 10 jonoloi pothai, tnte apuni nissoy koi, ru 5 days r pasot vl khobor eta xunibo pabo.
    Oops, sorry,, asolote,,,, apuni vl khbr pai ne napai najanu, Kintu apunar share tu e mur bbe vl khobor loi j ahibo heitu khatang…..
    °°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°
    *If you want to follow us on Facebook, then please click here-https://www.facebook.com/Vine-Hood-the-page-500374993668921/

    * we have a whats app group for this channel, if you want to join, here is the link –
    https://chat.whatsapp.com/Cr6ReKVmiWy2lcqCzkRq93

    Dhonnyobaad 🙏🙏🙏🙏❤️

Comments are closed.